১৩ ছেপ্টেম্বৰত কৰ্ণাটক উচ্চ ন্যায়ালয়ে মছজিদত জয় শ্ৰী ৰাম শ্লোগান দিয়াৰ বাবে দুজন লোকৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থা বাতিল কৰিছিল। ইয়াৰ পিছত অভিযোগকাৰীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল। য’ত দুজন ব্যক্তিয়ে মছজিদত জয় শ্ৰী ৰামৰ শ্লোগান দি উত্তাল কৰি তোলে। ইয়াৰ পিছতে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। পিছত ১৩ ছেপ্টেম্বৰত কৰ্ণাটক উচ্চ ন্যায়ালয়ে দুয়োজনৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থা বাতিল কৰে। ইয়াৰ পিছত অভিযোগকাৰীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল। এতিয়া এই বিষয়ত উচ্চতম ন্যায়ালয়ে ডাঙৰ মন্তব্য কৰিছে।
১৬ ডিচেম্বৰত এই গোচৰৰ শুনানি গ্ৰহণ কৰাৰ সময়ত উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰিছে যে ‘জয় শ্ৰী ৰাম’ শ্লোগান উত্থাপন কৰাটো কেনেকৈ অপৰাধমূলক কাৰ্য? ন্যায়াধীশ পংকজ মিঠাল আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ বিচাৰপীঠে এখন আবেদনৰ শুনানি গ্ৰহণ কৰি এই মন্তব্য কৰে। এই আবেদনত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনোৱা হৈছিল, য’ত ১৩ ছেপ্টেম্বৰত মছজিদৰ ভিতৰত জয়শ্ৰী ৰাম শ্লোগান দিয়াৰ অভিযোগত দুজন লোকৰ বিৰুদ্ধে চলি থকা গোচৰ বাতিল কৰা হৈছিল।
মছজিদত ‘জয় শ্ৰী ৰাম’ শ্লোগান দিয়াটো অপৰাধ নহয়! উচ্চতম ন্যায়ালয়ে কৰিলে ডাঙৰ মন্তব্য
১৩ ছেপ্টেম্বৰত কৰ্ণাটক উচ্চ ন্যায়ালয়ে মছজিদত জয় শ্ৰী ৰাম শ্লোগান দিয়াৰ বাবে দুজন লোকৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থা বাতিল কৰিছিল। ইয়াৰ পিছত অভিযোগকাৰীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল। য’ত দুজন ব্যক্তিয়ে মছজিদত জয় শ্ৰী ৰামৰ শ্লোগান দি উত্তাল কৰি তোলে। ইয়াৰ পিছতে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু
- Tags: উচ্চতম ন্যায়ালয়, জয়শ্ৰীৰাম, মন্তব্য
শেহতীয়া প্ৰৱন্ধসমূহ

সৰ্বদলীয় বৈঠকত টিএমচি বিদ্ৰোহী সাংসদৰ আমন্ত্ৰক লৈ তীব্ৰ ক্ষোভ বিৰোধীৰ
Time8
July 19, 2026

পুনৰ মমতা বেনাৰ্জীৰ মোক্ষম আঘাত; সাংসদ পদ ত্যাগ কোয়েল মল্লিকৰ
Time8
July 16, 2026


‘মই মমতা বেনাৰ্জীৰ দৰে দুৰ্বল মুখ্যমন্ত্ৰী নহয়’; শুভেন্দু অধিকাৰীৰ হুংকাৰ
Time8
July 10, 2026
Your Ad Here





