ঘোচ লৈ জালত পৰিল প্ৰধান শিক্ষক;  দৰমহা বঢ়াই দিয়াৰ নামত লৈছিল ধন

এইবাৰ মুখ্যমন্ত্ৰীৰ দূৰ্নীতিবিৰোধী শাখাৰ জালত পৰিল এগৰাকী শিক্ষক।শিক্ষক জনৰ নাম সুশান্ত নাথ ।শ্ৰীভূমি জিলাৰ বাগিৰখলাৰ ১১৪৮ নং আজাদ নিম্ন প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষক সুশান্ত নাথ। জানিব পৰা মতে শ্ৰীভূমি চহৰৰ বিসৰ্জন ঘাটত এজনৰ পৰা ঘোচ লৈ থকা অৱস্থাত হাতে-লোটে মুখ্যমন্ত্ৰীৰ দূৰ্নীতিবিৰোধী শাখাৰ বিষয়াৰ হাতত ধৰা

এইবাৰ মুখ্যমন্ত্ৰীৰ দূৰ্নীতিবিৰোধী শাখাৰ জালত পৰিল এগৰাকী শিক্ষক।শিক্ষক জনৰ নাম সুশান্ত নাথ ।শ্ৰীভূমি জিলাৰ বাগিৰখলাৰ ১১৪৮ নং আজাদ নিম্ন প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষক সুশান্ত নাথ।

জানিব পৰা মতে শ্ৰীভূমি চহৰৰ বিসৰ্জন ঘাটত এজনৰ পৰা ঘোচ লৈ থকা অৱস্থাত হাতে-লোটে মুখ্যমন্ত্ৰীৰ দূৰ্নীতিবিৰোধী শাখাৰ বিষয়াৰ হাতত ধৰা পৰে প্ৰধান শিক্ষক গৰাকী।

বিদ্যালয়ৰ আন এজন শিক্ষকৰ দৰমহা বৃদ্ধিৰ বাবে চহি কৰাৰ নামত প্ৰধান শিক্ষক সুশান্ত নাথে এই টকা খিনি লৈছিল বুলি জানিব পৰা গৈছে। বৰ্তমানে সদৰ থানাত সোধ-পোছ অব্যাহত ৰাখিছে দূৰ্নীতি নিবাৰক শাখাৰ দলে।

শেহতীয়া প্ৰৱন্ধসমূহ