উমৰাংছুৰ উদ্ধাৰস্থলীৰ পৰা আহিছে শোকাৱহ খবৰ, আৰু এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ

উমৰাংছুৰ উদ্ধাৰস্থলীৰ পৰা আহিছে শোকাৱহ খবৰ, আৰু এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ

-উমৰাংছুৰ উদ্ধাৰ স্থলীৰ পৰা আহিছে শোকাৱহ খৱৰ -কয়লা খনিৰ ভিতৰৰ পৰা উদ্ধাৰ এজন শ্ৰমিকৰ মৃতদেহ -বৰ্তমানো আৱদ্ধ আন কেইবাগৰাকীও শ্ৰমিক -প্ৰায় ৩২০ ফুট গভীৰতাত আৱদ্ধ হৈ আছে শ্ৰমিকসকল -বিশাখাপট্টনমৰ পৰা অহা বিশেষজ্ঞ ডুবাৰেও উদ্ধাৰ কৰিব পৰা নাই -ক’ল ইণ্ডিয়াৰ উদ্ধাৰকাৰীয়েও আজি চলাইছে উদ্ধাৰ অভিযান -ভৰতীয়

-উমৰাংছুৰ উদ্ধাৰ স্থলীৰ পৰা আহিছে শোকাৱহ খৱৰ

-কয়লা খনিৰ ভিতৰৰ পৰা উদ্ধাৰ এজন শ্ৰমিকৰ মৃতদেহ

-বৰ্তমানো আৱদ্ধ আন কেইবাগৰাকীও শ্ৰমিক

-প্ৰায় ৩২০ ফুট গভীৰতাত আৱদ্ধ হৈ আছে শ্ৰমিকসকল

-বিশাখাপট্টনমৰ পৰা অহা বিশেষজ্ঞ ডুবাৰেও উদ্ধাৰ কৰিব পৰা নাই

-ক’ল ইণ্ডিয়াৰ উদ্ধাৰকাৰীয়েও আজি চলাইছে উদ্ধাৰ অভিযান

-ভৰতীয় নৌসেনাৰ ডুবাৰু, SDRF, NDRF হ’ব পৰা নাই সফল

-বতৰেও উদ্ধাৰ অভিযানত দিছে বিধি পঠালি

-ভয়াৱহ ৰূপত খনিত বৃদ্ধি পাইছে পানী

-প্ৰায় ১২০ ফুট পৰ্যন্ত বৃদ্ধি পাইছে খনিৰ ভিতৰৰ পানী

-বৰ্তমানেও আৱদ্ধ হৈ থকা শ্ৰমিকসকল নেপালৰ গংগা বাহাদুৰ শ্বেখ,

-দৰঙৰ হুছেইন আলি, দলগাঁৱৰ জাকিৰ হুছেইন, মোস্তাফা শ্বেখ,

-গোসাইগাঁৱৰ সৰ্পা বৰ্মন, ফকিৰাগ্ৰামৰ সুখীমোহন ৰায়,

-পশ্চিমবংগৰ সঞ্জিত সৰকাৰ, উমৰাংছুৰ লিজন মগৰ আৰু শোনিতপুৰৰ শৰৎ গয়াৰী

শেহতীয়া প্ৰৱন্ধসমূহ