কাইলৈ প্ৰকাশ নহয় মেট্ৰিকৰ ফলাফল; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

কাইলৈ ঘোষণা নহয় মেট্ৰিকৰ ফলাফল । এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে এক্স যোগে এই কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে লিখিছে যে কাইলৈ ঘোষণা কৰা নহয় মেট্ৰিকৰ ফলাফল। ফলাফল সাজু হ’লে পৰিষদে জনাব আৰু তেতিয়াহে ঘোষণা কৰা হ’ব ফলাফল। সকলোকে

কাইলৈ ঘোষণা নহয় মেট্ৰিকৰ ফলাফল । এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী গৰাকীয়ে এক্স যোগে এই কথা ঘোষণা কৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে লিখিছে যে কাইলৈ ঘোষণা কৰা নহয় মেট্ৰিকৰ ফলাফল। ফলাফল সাজু হ’লে পৰিষদে জনাব আৰু তেতিয়াহে ঘোষণা কৰা হ’ব ফলাফল।

সকলোকে ধৈৰ্য ধৰাৰ বাবেও মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে। ইয়াৰ পূৰ্বে কাইলৈ অৰ্থাৎ ১০ এপ্ৰিল তাৰিখে মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ’ব বুলি চৰ্চা হৈছিল।  

শেহতীয়া প্ৰৱন্ধসমূহ