BTC ত কোনে মাৰিব শেষ হাঁহি?
কিছুসময়ৰ পিছতেই আৰম্ভ হ’ব BTCৰ পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা। ৮ বজাৰ লগে লগে আৰম্ভ হ’ব ভোটগণনা প্ৰক্ৰিয়া।
৪০ সমষ্টিত নিৰ্ণয় হ’ব ৩১৬ জন প্ৰাৰ্থীৰ ভাগ্য। ইতিমধ্যে সাজু হৈছে কাউন্টিং টেবুল। ভোটগণনাৰ বাবে কটকটীয়া নিৰপত্তা বেষ্টনী গঢ়ি তোলা হৈছে।
Post Views: 10