প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শেহতীয়াকৈ ড্ৰ’ন আক্ৰমণত অসামৰিক অঞ্চলক লক্ষ্য কৰি লোৱাৰ সন্দৰ্ভত পাকিস্তান সেনাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ ভাৰতীয় সেনাক নিৰ্দেশ দিয়া হৈছে।
জানিব পৰা মতে, ৰাজনাথ সিঙে কয় যে পাকিস্তান সেনাই নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভাৰতীয় সাধাৰণ নাগৰিকক লক্ষ্য কৰি লৈছে, তেওঁলোকৰৰ বিৰুদ্ধে কঠোৰ আৰু শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে, শনিবাৰে দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰীয়ে প্ৰতিৰক্ষা মুৰব্বী আৰু তিনিওটা সেৱাৰ মুৰব্বীসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰি পৰিস্থিতিৰ বুজ ল’ব।
Post Views: 49