নেপালত নাগৰিক উন্মুক্তি পাৰ্টিৰ সাংসদৰ গণ পদত্যাগ; সংসদ ভংগ কৰাৰ দাবী

নেপালত নাগৰিক উন্মুক্তি পাৰ্টিৰ সাংসদৰ গণ পদত্যাগ Gen Z আন্দোলনৰ পিছৰে পৰা নেপালৰ পৰিস্থিতি ক্ৰমাগতভাৱে অধিক ভয়াৱহ হৈ আহিছে।প্ৰতিবাদকাৰীসকলে সংসদ ভৱন, ৰাষ্ট্ৰপতিৰ বাসগৃহ আৰু আদালতত অগ্নি সংযোগ কৰে। আন্দোলন ইমানেই হিংসাত্মক হৈ পৰিছিল যে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে পদত্যাগ কৰিবলগীয়া হৈছিল। প্ৰতিবাদকাৰীসকলৰ লক্ষ্য নেতা আৰু এতিয়া ৰাজনৈতিক দলৰ সাংসদৰ গণ পদত্যাগৰ যাত্ৰা আৰম্ভ হৈছে।নেপালৰ […]
‘হৃদয় ভাঙি গৈছে…’; নেপালৰ হিংসাত্মক পৰিস্থিতিত চিন্তিত প্ৰাজাক্তা কোলী

নেপালৰ হিংসাত্মক পৰিস্থিতিত চিন্তিত প্ৰাজাক্তা কোলী নেপালত বৰ্তমান উত্তেজনাময় পৰিবেশে বিৰাজ কৰিছে। Gen-Z বিপ্লৱৰ পিছত দেশৰ ৰাজনৈতিক আৰু সামাজিক সংকট গভীৰ হৈ পৰিছে। Gen-Z ৰ প্ৰতিবাদৰ পিছতে পদত্যাগ কৰিছে প্ৰধানমন্ত্ৰী কে পি শৰ্মাই। নেপালৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ইউটিউবাৰ তথা নেপালৰ বোৱাৰী প্ৰাজাক্তা কোলীয়ে নেপাল যাত্ৰা বাতিল কৰিছে। নেপালৰ বিক্ষিপ্ত পৰিৱেশে অশান্তি দিছে প্ৰাজাক্তাক। প্ৰাজাক্তা কোলীয়ে […]
নেপালৰ পিছত এইবাৰ ফ্ৰান্সৰ ৰাজপথত বিদ্ৰোহ; ৰাষ্ট্ৰপতি মেক্ৰনৰ বিৰুদ্ধে শ শ লোকৰ প্ৰতিবাদ

ৰাষ্ট্ৰপতি মেক্ৰনৰ বিৰুদ্ধে শ শ লোকৰ প্ৰতিবাদ নেপালৰ পিছত এতিয়া ফ্ৰান্সৰ ৰাজপথত ভয়ংকৰ প্ৰতিবাদ আৰম্ভ হৈছে।ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে শ শ লোক। ক্ষুব্ধ ৰাইজে ৰাজহুৱা সম্পত্তিত অগ্নিসংযোগ কৰাৰ লগতে ধ্বংস কৰাৰো আৰম্ভ কৰিছে।ফ্ৰান্সত এই হিংসা তেতিয়া বিয়পি পৰিছিল যেতিয়া মেক্ৰনে দেশৰ নতুন প্ৰধানমন্ত্ৰী ঘোষণা কৰিছিল।ইয়াৰ ফলত এক বৃহৎ হুলস্থুলৰ সৃষ্টি হয়। […]
অস্তিত্বৰ সংকতত ChatGPT; বছৰৰ শেষৰ ফালে DeepSeek এ কৰিব ডাঙৰ ধামাক

অস্তিত্বৰ সংকতত ChatGPT চীনৰ ষ্টাৰ্টআপ কোম্পানী DeepSeek এ OpenAI ৰ অস্তিত্ব ধ্বংস কৰাৰ সিদ্ধান্ত লৈছে। কোম্পানীটোৱে বছৰৰ শেষৰ ফালে AI chatbot মুকলি কৰিবলৈ ওলাইছে, যিয়ে ChatGPT ক কঠিন প্ৰতিযোগিতা দিব পাৰে। ডিপচেকে এনে এটা এআই মডেলৰ কাম কৰি আছে,যিটো ব্যৱহাৰকাৰীৰ পৰা অতি কম ইনপুটৰ জটিল,বহু-পদক্ষেপৰ কাম সম্পূৰ্ণ কৰে।ইয়াৰ উপৰিও এই AI মডেলে অতীতৰ কাৰ্য্যৰ ওপৰত […]
‘প্ৰতিজন খেলুৱৈয়ে লাভ কৰিব ৩ লাখ টকাৰ পুৰস্কাৰ…’; ভাৰতীয় হকী দলটোক অভিনন্দন প্ৰধানমন্ত্ৰী মোদী

ভাৰতীয় হকী দলটোক অভিনন্দন প্ৰধানমন্ত্ৰী মোদী বিহাৰৰ ৰাজগীৰ স্প’ৰ্টছ কমপ্লেক্সত অনুষ্ঠিত হকী এছিয়া কাপৰ খেলখনত ভাৰতীয় দলটোৱে দক্ষিণ কোৰিয়াক ৪-১ত পৰাস্ত কৰি খিতাপ দখল কৰে। এয়া চতুৰ্থবাৰৰ বাবে ভাৰতে এছিয়া কাপৰ খিতাপ দখল কৰিছে।ভাৰতে এতিয়া ২০২৬ ত বেলজিয়াম আৰু নেদাৰলেণ্ডে যৌথভাৱে আয়োজন কৰিবলগীয়া বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে।এই বিজয়ৰ পিছত পি এম মোদীকে ধৰি বহু […]
নেপালৰ সংসদত প্ৰৱেশ Gen-Z প্ৰতিবাদকাৰী; ফেচবুক-এক্স-ইউটিউবৰ নিষেধাজ্ঞাক লৈ হুলস্থুল

নেপালৰ সংসদত প্ৰৱেশ Gen-Z প্ৰতিবাদকাৰী নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ ৰাজপথত ব্যাপক প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। হাজাৰ হাজাৰ Gen-Z ল’ৰা-ছোৱালী ৰাজপথলৈ ওলাই আহিছে আৰু ছচিয়েল মিডিয়া নিষেধাজ্ঞাৰ বিৰুদ্ধে মাত মাতিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কাঠমাণ্ডুত সান্ধ্য আইন জাৰি কৰা হৈছে । কাঠমাণ্ডুৰ বিভিন্ন চহৰত প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ চৰকাৰৰ বিৰুদ্ধে Gen-Z ৰ বিপ্লৱ আৰম্ভ হৈছে।ইয়াৰ মাজতে প্ৰতিবাদকাৰীসকলে সংসদ […]
লণ্ডনত অৰিজিত সিঙৰ কনচাৰ্টত অঘটন; গীত পৰিৱেশন কৰি থকাৰ সময়তে…

লণ্ডনত অৰিজিত সিঙৰ কনচাৰ্টত অঘটন অৰিজিত সিঙৰ গীত শুনি সকলোৱে ভাল পাই। তেওঁৰ কণ্ঠৰ যাদুৱে সকলোকে মুহিত কৰে। কিন্তু শেহতীয়াকৈ লণ্ডনত তেওঁৰ কনচাৰ্টটো এটা আচৰিত ঘটনা সংঘটিত হয়। অৰিজিত সিঙে ‘সৈয়ৰা’ৰ টাইটেল ট্ৰেকটো গাই থকাৰ সময়তে অঘটনটো হয়। উল্লেখ্য যে, দেওবাৰে লণ্ডনৰ টটেনহাম হটস্পাৰ ষ্টেডিয়ামত চলি আছিল জনপ্ৰিয় কণ্ঠশিল্পী অৰজিত সিঙৰ কনচাৰ্ট। কণ্ঠশিল্পী গৰাকীয়ে মঞ্চত […]
‘৫০ শতাংশ শুল্ক আৰু অপমান সহ্য কৰা নহ’ব…’; ট্ৰাম্পৰ “নতুন সুৰ” সন্দৰ্ভত শশী থাৰুৰৰ বিস্ফোৰক মন্তব্য

ট্ৰাম্পৰ “নতুন সুৰ” সন্দৰ্ভত শশী থাৰুৰৰ বিস্ফোৰক মন্তব্য ভাৰত-আমেৰিকা সম্পৰ্ক সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰত্যুত্তৰত দেওবাৰে কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে কয় যে, প্ৰধানমন্ত্ৰী মোদীয়ে হয়তো অতি ক্ষীপ্ৰতাৰে সঁহাৰি দিছে, কিন্তু দুয়োখন দেশৰ চৰকাৰ আৰু কূটনীতিবিদসকলে কিছু গুৰুতৰ সংস্কাৰৰ কাম কৰাটো প্ৰয়োজন। নতুন পৰিবেশক আদৰণি জনাই শশী থাৰুৰে কয় যে, ভাৰতীয়সকলে যি […]
ড’নাল্ড ট্ৰাম্পে হামাছক জাৰি কৰিলে সতৰ্কবাণী; ছচিয়েল মিডিয়াত পোষ্ট কৰি ভাবুকি

ড’নাল্ড ট্ৰাম্পে হামাছক জাৰি কৰিলে সতৰ্কবাণী গাজা ষ্ট্ৰিপত ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধ এতিয়াও শেষ হোৱা নাই। প্ৰায় ২ বছৰ ধৰি চলি থকা এই যুদ্ধত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে। এই সমগ্ৰ যুদ্ধৰ মাজতে এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শনিবাৰে হামাছক সতৰ্কবাণী জাৰি কৰিছে আৰু ইজৰাইলী পণবন্দীসকলক মুকলি কৰি দিবলৈ কোৱা হয়।ড’নাল্ড ট্ৰাম্পে […]
আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম-শতবাৰ্ষিকী…

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম-শতবাৰ্ষিকী আজি ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ১০০ সংখ্যক ওপজা দিন। সুধাকণ্ঠৰ সোঁৱৰণত ৰাজ্যজুৰি বৰ্ণাঢ্য আয়োজন কৰা হৈছে।ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বৰ্ষজোৰা জন্মজয়ন্তী উদযাপন কৰা হ’ব। যুগজয়ী, চিৰসেউজ গীতেৰে শতসহস্ৰ জনক মোহাচ্ছন্ন কৰি ৰখা ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক গীত-মাত, বিভিন্ন অনুষ্ঠানেৰে আজি স্মৰণ কৰিব গুণমুগ্ধসকলে। বিশ্ববিখ্যাত শিল্পীগৰাকীৰ এশ সংখ্যক ওপজা দিনটো […]