কৃষ্ণ অভিষেকৰ সৈতে সংঘাত কিকু শাৰদাৰ! এৰিব নেকি ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’?

কৃষ্ণ অভিষেকৰ সৈতে সংঘাত কিকু শাৰদাৰ অভিনেতা তথা কমেডিয়ান কিকু শাৰদা কমিক টাইমিঙৰ বাবে পৰিচিত।তেওঁ দীৰ্ঘদিন ধৰি কপিল শৰ্মা শ্ব’ৰ অংশ হিচাপে কাম কৰি আহিছে। শেহতীয়াকৈ খবৰ আহিছিল যে কমেডিয়ান কিকু শাৰদাই ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’’ৰ পৰা আঁতৰি গৈছে কাৰণ তেওঁ নতুন ৰিয়েলিটি শ্ব’ ‘ৰাইজ এণ্ড ফ’ল’ত অংশগ্ৰহণ কৰিবলৈ ওলাইছে। সামাজিক মাধ্যমত এটা ভিডিঅ’ […]
এছিয়া কাপৰ পূৰ্বে হাৰ্দিক পাণ্ডিয়াৰ নতুন অৱতাৰ; সামাজিক মাধ্যমত বিশেষ পোষ্ট

এছিয়া কাপৰ পূৰ্বে হাৰ্দিক পাণ্ডিয়াৰ নতুন অৱতাৰ এছিয়া কাপ ২০২৫ আৰম্ভ হ’বলৈ আৰু মাত্ৰ ৪ দিন বাকী আছে, ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব প্ৰতিযোগিতা। অহা ১০ ছেপ্টেম্বৰত ডুবাই খেলপথাৰত ইউ এ ই দলৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে প্ৰতিযোগিতাখনৰ প্ৰথমখন খেল খেলিব। টিম ইণ্ডিয়াৰ দলটোৱে ডুবাইত উপস্থিত হৈছে, য’ত ৫ ছেপ্টেম্বৰত আইচিচি একাডেমীত অনুষ্ঠিত হ’ব প্ৰথম অনুশীলন। […]
“ইউক্ৰেইনত নিৰীহ লোকৰ মৃত্যু গ্ৰহণযোগ্য নহয়…”; ৰাষ্ট্ৰসংঘত ভাৰতৰ ডাঙৰ বক্তব্য

ৰাষ্ট্ৰসংঘত ভাৰতৰ ডাঙৰ বক্তব্য ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত ৰাষ্ট্ৰসংঘত ভাৰতে এটা ডাঙৰ বিবৃতি দিছে।ইউক্ৰেইনত নিৰীহ লোকক হত্যা কৰাটো সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয় বুলি ভাৰতে কৈছে। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পাৰ্বত্নেন্নী হৰিশে কয়,‘ইউক্ৰেইনৰ পৰিস্থিতিক লৈ ভাৰতে চিন্তিত হৈয়েই আছে।আমি বিশ্বাস কৰোঁ যে নিৰীহ লোকৰ প্ৰাণ হেৰুৱাটো গ্ৰহণযোগ্য নহয় আৰু কোনো ধৰণৰ সমাধান যুদ্ধক্ষেত্ৰৰ পৰা ওলাব নোৱাৰে। গতিকে ইউক্ৰেইনৰ […]
‘চীনক সমৰ্থন কৰিলেই আমেৰিকাত নাপাব প্ৰৱেশ…’; ভিছা সন্দৰ্ভত ট্ৰাম্প চৰকাৰৰ ডাঙৰ ঘোষণা

‘চীনক সমৰ্থন কৰিলেই আমেৰিকাত নাপাব প্ৰৱেশ…’ আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই বৃহস্পতিবাৰে ঘোষণা কৰে যে মধ্য আমেৰিকাৰ একাংশ নাগৰিকৰ ওপৰত নতুন ভিছাৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইচ্ছাকৃতভাৱে চীনৰ কমিউনিষ্ট পাৰ্টিৰ হৈ কাম কৰি অঞ্চলটোৰ আইন শাসনক ভেঙুচালি কৰাৰ অভিযোগ উত্থাপন হৈছে।বৈদেশিক মন্ত্ৰালয়ে জাৰি কৰা বিবৃতিত কোনো ব্যক্তিৰ নাম বা দেশৰ কথা উল্লেখ কৰা হোৱা নাই। […]
আজি শিক্ষক দিৱস: জানো আহক শিক্ষক দিৱসৰ তাৎপৰ্য

আজি শিক্ষক দিৱস আজি শিক্ষক দিৱস। শিক্ষকসকলৰ সন্মানাৰ্থে পালন কৰা হয় এই দিৱস।আজিৰ দিনটোতে সমগ্ৰ দেশজুৰি মহান দাৰ্শনিক, পণ্ডিত তথা ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। পণ্ডিত তথা ভাৰতৰ প্ৰথম গৰাকী উপ-ৰাষ্ট্ৰপতি তথা ভাৰতৰত্ন ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনে ১৯৬২ চনত ৰাষ্ট্ৰপতি হোৱাৰ পিছত তেখেতৰ একাংশ শিক্ষাৰ্থী আৰু বন্ধুবৰ্গই ৫ […]
মহিলা বিশ্বকাপৰ বাবে ভাৰতীয় দলত স্থান লাভ অসমৰ উমা ছেত্ৰীৰ…

মহিলা বিশ্বকাপৰ বাবে ভাৰতীয় দলত স্থান লাভ উমা ছেত্ৰীৰ বৃহস্পতিবাৰে ভাৰতৰ বিৰুদ্ধে আগন্তুক এদিনীয়া শৃংখলাৰ বাবে ভাৰতৰ দলত উইকেটকীপাৰ বেটছমেন উমা ছেত্ৰীক দলত স্থান দিছে। দৰাচলতে আঁঠুৰ আঘাতৰ বাবে মহিলা বিশ্বকাপৰ পৰা বাহিৰ হ’ল যস্তিকা ভাটিয়া।কেৱল এয়াই নহয়, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আগন্তুক এদিনীয়া শৃংখলাৰ অংশ হৈও নাথাকিব যস্তিকা। বিচিচিআইয়ে জনোৱা মতে, বিশাখাপট্টনমৰ প্ৰস্তুতি শিবিৰৰ সময়ত যস্তিকা […]
বয়সৰ আগতেই বাৰ্ধক্যৰ দিশে ঠেলি দিব পাৰে এইকেইটা খাদ্যই; ডেকা হৈ থাকিবলৈ তৎক্ষণাত বজাই ৰাখক দূৰত্ব

বয়সৰ আগতেই বাৰ্ধক্যৰ দিশে ঠেলি দিব পাৰে এইকেইটা খাদ্যই আজিকালি মানুহে সুস্থ আৰু ডেকা দেখাবলৈ বিভিন্ন ধৰণৰ সামগ্ৰী আৰু প্ৰতিকাৰ ব্যৱহাৰ কৰে,কিন্তু আচল কাৰণটো প্ৰায়ে আমাৰ খাদ্যাভ্যাসত লুকাই থাকে। আমি জানি-বুজি বা অজানিতে খোৱা-বোৱা বহু বস্তু কিন্তু আমাৰ ছালখন নিস্তেজ কৰি তোলে আৰু বয়স বৃদ্ধিৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰে। সেই খাদ্য সামগ্ৰীবোৰ কি কি যিবোৰ আমি […]
নেপাল চৰকাৰৰ ডাঙৰ ডিজিটেল ষ্ট্ৰাইক; Facebook, YouTube, X সহ ২৬টা ছ’চিয়েল মিডিয়া এপ নিষিদ্ধ

Facebook, YouTube, X সহ ২৬টা ছ’চিয়েল মিডিয়া এপ নিষিদ্ধ Facebook, YouTube, X, Instagram সহ ২৬টা ছ’চিয়েল মিডিয়া এপক নিষিদ্ধ কৰা হৈছে। Facebook, YouTube, X, Instagram আদি প্লেটফৰ্ম নেপালত এতিয়া ব্যৱহাৰ কৰিব নোৱাৰিব। ২৮ আগষ্টত নেপালৰ উচ্চতম ন্যায়ালয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহক দেশত কাম কৰিবলৈ পঞ্জীয়ন কৰিবলৈ কৈছিল। কিন্তু ফেচবুক, ইউটিউবৰ দৰে প্লেটফৰ্মসমূহে সময়সীমাৰ পিছতো পঞ্জীয়ন কৰা নাছিল, […]
SSC CGL 2025 পৰীক্ষাৰ সূচী মুকলি; ১২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব পৰীক্ষা

SSC CGL 2025 পৰীক্ষাৰ সূচী মুকলি কৰ্মচাৰী বাছনি আয়োগে সংযুক্ত স্নাতক স্তৰৰ টিয়ৰ ১ (SSC CGL 2025) পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰিছে।এছ এছ চিয়ে প্ৰদান কৰা তথ্য অনুসৰি, চি জি এল ৰ পৰীক্ষা ১২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব, যিটো ২৬ ছেপ্টেম্বৰলৈকে চলিব। এই পৰীক্ষাৰ বাবে আবেদন কৰা ছাত্ৰ-ছাত্ৰীসকলে, কৰ্মচাৰী বাছনি আয়োগৰ অফিচিয়েল ৱেবছাইটত গৈ পৰীক্ষাৰ সম্পূৰ্ণ […]
একো ভূল নাই…; জলী এল এল বি ৩ক গ্ৰীণ চিগনেল এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

জলী এল এল বি ৩ক গ্ৰীণ চিগনেল এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অক্ষয় কুমাৰ আৰু আৰ্শ্বদ ৱাৰ্ছীৰ আগন্তুক ছবি জলী এল এল বি ৩ক লৈ এক বৃহৎ সকাহ দি,এলাহাবাদ উচ্চ ন্যায়ালয়ে বুধবাৰে ছবিখনৰগীত ‘ভাই উকিল হয়’ৰ বিৰুদ্ধে ব্যৱস্থা আৰু ন্যায়পালিকা আৰু আইনী বৃত্তিক বদনাম কৰা বুলি অভিযোগত ছবিখনৰ মুক্তিৰ সময়ত স্থগিতাদেশ বিচৰা আবেদন নাকচ কৰা হয়। ন্যায়াধীশ […]