‘ট্ৰাম্পক হৃদয়ৰ পৰা শলাগ লৈছো’; ট্ৰাম্পৰ ইউ টাৰ্ণৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰত্যুত্তৰ

‘ট্ৰাম্পক হৃদয়ৰ পৰা শলাগ লৈছো’ মোদী মোৰ ভাল বন্ধু বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৰা মন্তব্যক লৈ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত লিখিছে যে, মই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আৱেগ আৰু আমাৰ সম্পৰ্কৰ ইতিবাচকতাক গভীৰভাৱে শলাগ লৈছো’। ‘মই তেওঁক সম্পূৰ্ণ সমৰ্থন কৰো।ভাৰত আৰু আমেৰিকাৰ মাজত এক অতি ইতিবাচক […]
এছিয়া কাপ ২০২৫ ৰ বাবে ডুবাইত উপস্থিত টিম ইণ্ডিয়া; ICC একাডেমীত আৰম্ভ অনুশীলন

এছিয়া কাপ ২০২৫ ৰ বাবে ডুবাইত উপস্থিত টিম ইণ্ডিয়া ৯ ছেপ্টেম্বৰৰ পৰা ইউ এ ইত আৰম্ভ হবলগীয়া এছিয়া কাপ ২০২৫ ৰ বাবে ৪ ছেপ্টেম্বৰত ডুবাইত উপস্থিত হয় ভাৰতীয় দলটো। এইবাৰ এছিয়া কাপ টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব,য’ত টিম ইণ্ডিয়াই সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত খেলা দেখা যাব। ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ প্ৰস্তুতিৰ কথা মনত ৰাখি টিম […]
‘সকলো বস্তুৰে এটা বয়স থাকে…’; বিবাহ বিচ্ছেদৰ খবৰক লৈ মুখ খুলিলে সুনীতা আহুজাই

বিবাহ বিচ্ছেদৰ খবৰক লৈ মুখ খুলিলে সুনীতা আহুজাই সুনীতা আহুজা আৰু গোবিন্দৰ বিবাহ বিচ্ছেদৰ উৰাবাতিয়ে বিগত কেইমাহমানৰ পৰা মানুহৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। এতিয়া সুনীতা আহুজাই এই সকলোক উৰাবাতৰি বুলি কৈছে। এক বাৰ্তালাপত তেওঁ কয় যে গোবিন্দই তেওঁৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিবলৈ কি কৰে আৰু গোবিন্দৰ কি কি ভাল লাগে। উৰাবাতৰি উলাই কৰি তেওঁ […]
পঞ্জাৱৰ বানপানীক লৈ দুখ প্ৰকাশ ছ’চিয়েল মিডিয়াৰ তাৰকা কিলি পলৰ…

পঞ্জাৱৰ বানপানীক লৈ দুখ প্ৰকাশ কিলি পলৰ… বৰ্তমান সময়ত পঞ্জাৱৰ প্ৰলয়ংকাৰী বানে এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। পঞ্জাৱৰ সাম্প্ৰতিক পৰিস্থিতিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ লোকসকলৰো দৃষ্টি আকৰ্ষণ কৰিছে। এই কঠিন সময়ত বলীউডৰ তাৰকাসকলৰ লগতে পাঞ্জাবী শিল্পীসকলে সহায়ৰ বাবে আগবাঢ়ি আহিছে। ইফালে পঞ্জাৱৰ বানপানীক লৈ শোক প্ৰকাশ কৰিছে বিখ্যাত ছ’চিয়েল মিডিয়া তাৰকা কিলি পলে। তাৰকা গৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম […]
Google ৰ বিৰুদ্ধে তদন্ত; ইউৰোপীয় আয়োগে বিহিলে ৩.৫ বিলিয়ন ডলাৰ জৰিমনা

Google ৰ বিৰুদ্ধে তদন্ত Googleৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অনলাইন বিজ্ঞাপনৰ অপব্যৱহাৰৰ বাবে ইউৰোপীয় আয়োগে Googleক প্ৰায় ৩.৫ বিলিয়ন ডলাৰ জৰিমনা বিহিছে। ভাৰতীয় টকাত এই জৰিমনা পৰিমাণ প্ৰায় ৩,০৮,৫৯,১০,৮৭,৭০০ টকা। ইউৰোপীয় আয়োগৰ মুখ্য কাৰ্যালয় বেলজিয়ামৰ ব্ৰাছেলছত আছে। Googleৰ বিৰুদ্ধে জৰিমনা বিহা এই কার্যই সৃষ্টি কৰিছে হুলস্থুলৰ। এফালে ইউৰোপীয় আয়োগে গুগলৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা […]
আমেৰিকালৈ নাযায় প্ৰধানমন্ত্ৰী মোদী; UNGA ত ভাৰতক প্ৰতিনিধিত্ব কৰিব বৈদেশিক মন্ত্ৰী জয়শংকৰে

UNGA ত ভাৰতক প্ৰতিনিধিত্ব কৰিব বৈদেশিক মন্ত্ৰী জয়শংকৰে চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠক (UNGA)ত অংশগ্ৰহণ নকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁৰ সলনি আমেৰিকালৈ যাব বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ। সভাৰ সংশোধিত বক্তাৰ তালিকা প্ৰকাশ পোৱাৰ পিছত এই তথ্য পোহৰলৈ আহিছে। ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮০ সংখ্যক অধিৱেশন। ২৩ […]
‘মোদী আৰু মই সদায় বন্ধু হৈয়ে থাকিম…’; ভাৰত চীনৰ সম্পৰ্কৰ পিছতে হঠাৎ সুৰ সলনি ট্ৰাম্পৰ

‘মোদী আৰু মই সদায় বন্ধু হৈয়ে থাকিম…’ শুল্কক লৈ ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা অবিৰতভাৱে অব্যাহত আছে। এনে পৰিস্থিতিত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সম্পৰ্ক সন্দৰ্ভত এক ডাঙৰ বক্তব্য আগবঢ়াইছে। ট্ৰাম্পে অ’ভেল অফিচত কয় যে ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক অতি বিশেষ আৰু সাম্প্ৰতিক উত্তেজনাৰ মাজতো মোদী আৰু মই বন্ধু হৈ থাকিম।তেওঁ […]
‘B য়ে কেৱল বিড়ি নহয় বুদ্ধিও বুজাই, যিটো আপোনালোকৰ ওচৰত নাই’; পোষ্ট দি বিতৰ্কত কেৰেলা কংগ্ৰেছ

পোষ্ট দি বিতৰ্কত কেৰেলা কংগ্ৰেছ বিহাৰৰ ৰাজনীতিত বৰ্তমান সময়ত এক হুলস্থুলৰ সৃষ্টি হৈছে।কেৰালা কংগ্ৰেছৰ এটা টুইটৰ ফলত বিহাৰত ৰাজনৈতিক ধুমুহাৰ সৃষ্টি হৈছে। কেৰালা কংগ্ৰেছে নিজৰ অফিচিয়েল এক্স একাউণ্টত বিহাৰক বিড়িৰ সৈতে তুলনা কৰি ‘বি ফৰ বিহাৰ, বি ফৰ বিড়ি বুলি দিয়া পোষ্টৰ পিছতে হুলস্থুলৰ সৃষ্টি হৈছিল। কেৰালা কংগ্ৰেছে বিড়িৰ GST ত লৈ দিয়া এই টুইট […]
কৃষ্ণ অভিষেকৰ সৈতে সংঘাত কিকু শাৰদাৰ! এৰিব নেকি ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’?

কৃষ্ণ অভিষেকৰ সৈতে সংঘাত কিকু শাৰদাৰ অভিনেতা তথা কমেডিয়ান কিকু শাৰদা কমিক টাইমিঙৰ বাবে পৰিচিত।তেওঁ দীৰ্ঘদিন ধৰি কপিল শৰ্মা শ্ব’ৰ অংশ হিচাপে কাম কৰি আহিছে। শেহতীয়াকৈ খবৰ আহিছিল যে কমেডিয়ান কিকু শাৰদাই ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’’ৰ পৰা আঁতৰি গৈছে কাৰণ তেওঁ নতুন ৰিয়েলিটি শ্ব’ ‘ৰাইজ এণ্ড ফ’ল’ত অংশগ্ৰহণ কৰিবলৈ ওলাইছে। সামাজিক মাধ্যমত এটা ভিডিঅ’ […]
এছিয়া কাপৰ পূৰ্বে হাৰ্দিক পাণ্ডিয়াৰ নতুন অৱতাৰ; সামাজিক মাধ্যমত বিশেষ পোষ্ট

এছিয়া কাপৰ পূৰ্বে হাৰ্দিক পাণ্ডিয়াৰ নতুন অৱতাৰ এছিয়া কাপ ২০২৫ আৰম্ভ হ’বলৈ আৰু মাত্ৰ ৪ দিন বাকী আছে, ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব প্ৰতিযোগিতা। অহা ১০ ছেপ্টেম্বৰত ডুবাই খেলপথাৰত ইউ এ ই দলৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে প্ৰতিযোগিতাখনৰ প্ৰথমখন খেল খেলিব। টিম ইণ্ডিয়াৰ দলটোৱে ডুবাইত উপস্থিত হৈছে, য’ত ৫ ছেপ্টেম্বৰত আইচিচি একাডেমীত অনুষ্ঠিত হ’ব প্ৰথম অনুশীলন। […]