ড’নাল্ড ট্ৰাম্পে হামাছক জাৰি কৰিলে সতৰ্কবাণী; ছচিয়েল মিডিয়াত পোষ্ট কৰি ভাবুকি

ড’নাল্ড ট্ৰাম্পে হামাছক জাৰি কৰিলে সতৰ্কবাণী গাজা ষ্ট্ৰিপত ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধ এতিয়াও শেষ হোৱা নাই। প্ৰায় ২ বছৰ ধৰি চলি থকা এই যুদ্ধত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে। এই সমগ্ৰ যুদ্ধৰ মাজতে এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শনিবাৰে হামাছক সতৰ্কবাণী জাৰি কৰিছে আৰু ইজৰাইলী পণবন্দীসকলক মুকলি কৰি দিবলৈ কোৱা হয়।ড’নাল্ড ট্ৰাম্পে […]
আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম-শতবাৰ্ষিকী…

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম-শতবাৰ্ষিকী আজি ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ১০০ সংখ্যক ওপজা দিন। সুধাকণ্ঠৰ সোঁৱৰণত ৰাজ্যজুৰি বৰ্ণাঢ্য আয়োজন কৰা হৈছে।ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বৰ্ষজোৰা জন্মজয়ন্তী উদযাপন কৰা হ’ব। যুগজয়ী, চিৰসেউজ গীতেৰে শতসহস্ৰ জনক মোহাচ্ছন্ন কৰি ৰখা ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক গীত-মাত, বিভিন্ন অনুষ্ঠানেৰে আজি স্মৰণ কৰিব গুণমুগ্ধসকলে। বিশ্ববিখ্যাত শিল্পীগৰাকীৰ এশ সংখ্যক ওপজা দিনটো […]
আৰম্ভ হ’ল বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ; ১২২ বছৰৰ পিছত দুৰ্লভ সংযোগ

আৰম্ভ হ’ল বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ আৰম্ভ হ’ল বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ ।এই চন্দ্ৰগ্ৰহণ কুম্ভ আৰু পূৰ্বভদ্ৰপদ নক্ষত্ৰত সংঘটিত হৈছে।ভাৰতীয় সময় অনুসৰি নিশা ০৯:৫৮ বজাৰ পৰা পুৱা ০১:২৬ বজালৈ চলিব এই চন্দ্ৰগ্ৰহণ। ১২২ বছৰৰ পাছত পিত্ৰু পক্ষৰ মহান কাকতলীয়া সংযোগ সংঘটিত হৈছে এই চন্দ্ৰগ্ৰহণত।খাল চকুৰে সকলো লোকে প্ৰত্যক্ষ কৰিব পাৰিব এই চন্দ্ৰগ্ৰহণ। লগতে পঢ়ক: ইউক্ৰেইনত ৰাছিয়াৰ আটাইতকৈ […]
হকী এছিয়া কাপৰ ফাইনেলত ভাৰতৰ দৰ্শনীয় জয়; দক্ষিণ কোৰিয়াক ৪-১ ত পৰাস্ত

হকী এছিয়া কাপৰ ফাইনেলত দক্ষিণ কোৰিয়া ৪-১ ত পৰাস্ত হকী এছিয়া কাপ ২০২৫ৰ অন্তিম মেচত ভাৰতীয় দলটোৱে দক্ষিণ কোৰিয়াক পৰাস্ত কৰে।বিহাৰৰ ৰাজগীৰ স্প’ৰ্টছ কমপ্লেক্সত খেলা এই মেচখনত ভাৰতীয় হকী দলটোৱে দক্ষিণ কোৰিয়াক ৪-১ ত পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে দলটোৱে অহা বছৰ অৰ্থাৎ ২০২৬ চনত বেলজিয়াম আৰু নেদাৰলেণ্ডে যৌথভাৱে আয়োজন কৰিবলগীয়া বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন […]
ৰোগ প্ৰতিৰোধ ক্ষমতাৰ পৰা ভাল টোপনিলৈ…; ৰাতি হালধি দিয়া গাখীৰ খোৱাৰ উপকাৰিতা

ৰাতি হালধি দিয়া গাখীৰ খোৱাৰ উপকাৰিতা প্ৰায় প্ৰতিখন ভাৰতীয় ঘৰতে নিশা বিচনালৈ যোৱাৰ আগতে এগিলাচ হালধি দিয়া গাখীৰ খোৱাৰ নিয়ম দেখিবলৈ পোৱা যায়। আপুনি কেতিয়াবা ভাবিছেনে যে মানুহে হালধি দিয়া গাখীৰ কিয় খাই আৰু ই শৰীৰৰ বাবে কেনেকৈ উপকাৰী।জানো আহক হালধিত থকা প্ৰধান যৌগ কাৰকুমিনে আপোনাৰ প্ৰাকৃতিক ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে।সময়ৰ লগে […]
আমেৰিকাৰ সৈতে শুল্ক বিবাদৰ মাজতে ভাৰত আৰু ইজৰাইলৰ হ’বলৈ ওলাইছে মুক্ত বাণিজ্য চুক্তি

ভাৰত আৰু ইজৰাইলৰ হ’বলৈ ওলাইছে মুক্ত বাণিজ্য চুক্তি আমেৰিকাৰ সৈতে চলি থকা শুল্ক বিবাদৰ মাজতে ভাৰত আৰু ইজৰাইলে অতি সোনকালে দ্বিপাক্ষিক বিনিয়োগ চুক্তি (বিআইটি) স্বাক্ষৰ কৰিবলৈ ওলাইছে। এয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বাবে এক শ্বক হ’ব পাৰে। ইজৰাইলৰ বিত্তমন্ত্ৰী বেজেলেল স্মোট্ৰিচৰ ভাৰত ভ্ৰমণৰ সময়ত এই চুক্তি সম্ভৱপৰ।তেওঁ ৮ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ […]
আইফোন ১৭ লঞ্চৰ পূৰ্বে বিপদত এপল; কোম্পানীটোৰ বিৰুদ্ধে আন এক গোচৰ ৰুজু

আইফোন ১৭ লঞ্চৰ পূৰ্বে বিপদত এপল আইফোন ১৭ ছিৰিজ লঞ্চ হোৱাৰ পূৰ্বে সমস্যা বাঢ়িছে এপলৰ। আইফোন ১৭ নিৰ্মাতা কোম্পানীটোৱে কপিৰাইটযুক্ত কিতাপ ব্যৱহাৰ কৰি এআই মডেলক প্ৰশিক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে।এই সন্দৰ্ভত এপলৰ বিৰুদ্ধে দুজন লেখকে গোচৰ তৰিছে। গোচৰত লেখকসকলে অভিযোগ কৰিছিল যে কোম্পানীটোৱে নিজৰ OpenELM AI মডেলক প্ৰশিক্ষণ দিবলৈ তেওঁৰ কিতাপৰ পাইৰেটেড সংস্কৰণ ব্যৱহাৰ কৰিছিল।উল্লেখ্য […]
‘তোমাৰ ডিঙিত এচিড ঢালি জ্বলাই দিম’; বিজেপি বিধায়কক ভাবুকি টিএমচিৰ নেতা আব্দুৰ ৰহিম বাক্ষীৰ

বিজেপি বিধায়কক ভাবুকি টিএমচিৰ নেতা আব্দুৰ ৰহিম বাক্ষীৰ পশ্চিমবংগৰ মালদাত পুনৰ মঞ্চৰ পৰা এক ভয়ংকৰ মন্তব্য কৰিলে তৃণমূল কংগ্ৰেছৰ মালদা জিলা তৃণমূলৰ সভাপতি আব্দুৰ ৰহিম বাক্ষীয়ে। এইবাৰ তালিবানী ষ্টাইলত বিজেপিক ভাবুকি দিলে তৃণমূলৰ জিলা সভাপতি গৰাকীয়ে!আব্দুৰ ৰহিম বাক্ষীয়ে বিজেপি বিধায়কৰ ডিঙিত এচিড ঢালি মাত নিস্তব্ধ কৰি ৰাখিব বুলিও সকীয়াই দিয়ে। যদি বিজেপি অঞ্চললৈ আহে তেনেহলে […]
নায়ক হ’ল মহেন্দ্ৰ সিং ধোনী! মাধৱনৰ সৈতে ঘটাব নেকি অভিষেক?

নায়ক হ’ল মহেন্দ্ৰ সিং ধোনী! দেওবাৰৰ পুৱা এটা ভিডিঅ’ই সকলোকে আচৰিত কৰিছে। ৭ ছেপ্টেম্বৰত আৰ মাধৱনে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে,যাক তেওঁ ভাছন বালাৰ দ্য চেজৰ টিজাৰ বুলি অভিহিত কৰিছিল। আটাইতকৈ আচৰিত কথাটো হ’ল যে ভিডিঅ’টোত মাধৱনৰ সৈতে মহেন্দ্ৰ সিং ধোনীয়েও পূৰ্ণাংগ চৰিত্ৰত অভিনয় কৰা দেখিবলৈ পোৱা গৈছে। মহেন্দ্ৰ সিং ধোনীক টাস্ক ফ’ৰ্চৰ বিষয়া […]
‘স্নেহাৰ মাতৃয়ে এতিয়াও পোৱা নাই ন্যায়’; মোদী চৰকাৰক আক্ৰমণ তেজস্বী যাদৱৰ

মোদী চৰকাৰক আক্ৰমণ তেজস্বী যাদৱৰ বিহাৰৰ লেনিন বুলি আখ্যা দিয়া জগদেৱ বাবুৰ শ্বহীদ দিৱসৰ দিনা সাসাৰামত আয়োজিত সংহতি সমাৱেশৰ পৰা বাৰাণসীৰ স্নেহা কুশৱাহা হত্যাকাণ্ডক লৈ মোদী চৰকাৰৰ ওপৰত তীব্ৰ আক্ৰমণ চলায় তেজস্বী যাদৱে। সাসাৰামৰ কন্যা স্নেহা কুমাৰীৰ ৰহস্যজনক মৃত্যুৰ প্ৰসংগ উত্থাপন কৰি তেজস্বীয়ে কয় “মোদী জীয়ে নিজৰ মাতৃক গালি-গালাজ কৰাৰ বিষয়টো লৈ দেশজুৰি নাটক কৰি […]