বর্ষাপাৰাত সংঘটিত হৈছে এক লোমহর্ষক হত্যাকাণ্ড। চালকক হত্যা কৰি পেলাই থৈ গ’ল ৰাজপথত। জানিব পৰা মতে মৃত যুৱকজনৰ নাম দীপক দাস।
পুৱা ৬ বজাতে নিৰ্মিয়মান উৰণ সেতুৰ কাষত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰিছিল দীপক দাসক। সন্দেহ কৰা হৈছে যে এজন বন্ধুৱে হত্যা কৰি পেলাই তৈ গৈছিল দীপক দাসক।
মঙলবাৰে নিশা দুয়োজন বন্ধুৱে একেলগে কৰিছিল সুৰাপান। দীপক দাসৰ ঘৰ গোৱালপাৰাত বুলি জানিব পৰা গৈছে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।