ভোগালী বিহুৰ প্ৰাকক্ষণতে অসমবাসীৰ বাবে আহিছে এটা ভাল খবৰ। বিচিচিআইৰ নতুন সচিব হিচাপে নিযুক্তি হ’ল প্ৰথমজন অসমীয়া। বিচিচিআইৰ সচিব হিচাপে নিৰ্বাচিত হ’ল অসম সন্তান দেৱজিৎ শইকীয়া।
পূৰ্বে অন্তৱৰ্তীকালীন সচিব হিচাপে কৰ্মৰত আছিল শইকীয়া। বিনা প্ৰতিদ্বন্দ্বিতাৰে সচিব পদৰ দায়িত্ব লাভ দেৱজিৎ শইকীয়াৰ। ১০ মাহৰ বাবে সচিবৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰিব শইকীয়াই।
BCCIৰ সচিবৰ দায়িত্ব গ্ৰহণ দেৱজিৎ শইকীয়াৰ৷ দায়িত্ব গ্ৰহণৰ পাছতেই বিভিন্নজনৰ শুভেচ্ছা শইকীয়াক৷