ফুটবল প্ৰেমী সকলৰ বাবে আহিছে এটা ভালখবৰ । প্ৰথমবাৰলৈ শ্বিলঙত অনুষ্ঠিত হ’ব ISLৰ মেচ । ২০২৫ বৰ্ষৰ ৭ আৰু ২১ ফেব্ৰুৱাৰীৰ লগতে ২১ মাৰ্চত অনুষ্ঠিত হ’ব নৰ্থ ইষ্ট ইউনাইটেডৰ মেচ । শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচসমূহ । ডুৰাণ্ড কাপৰ সময়ত পোৱা সঁহাৰিৰ বাবেই শ্বিলঙত ISLৰ মেচ সমূহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
