-প্ৰকাশ পালে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন
-১৩ ফেব্ৰুৱাৰীত ইংৰাজীৰ পৰীক্ষা
-১৩ ফেব্ৰুৱাৰীত মিউজিক গ্ৰুপ B আৰু Vocational পেপাৰৰ পৰীক্ষা
-১৩ ফেব্ৰুৱাৰীত স্বদেশ অধ্যয়নৰ পৰীক্ষা
-১৭ ফেব্ৰুৱাৰীত পদাৰ্থ বিজ্ঞান, Accountency আৰু Educationৰ পৰীক্ষা
-২১ ফেব্ৰুৱাৰীত ৰাসায়ন বিজ্ঞা, ৰাজনীতি বিজ্ঞান আৰু business studiesৰ পৰীক্ষা
-২২ ফেব্ৰুৱাৰীত মিউজিক গ্ৰুপ C আৰু বিহুৰ পৰীক্ষা
-২৪ ফেব্ৰুৱাৰীত বায়’ল’জি আৰু ইতিহাসৰ পৰীক্ষা
-২৫ ফেব্ৰুৱাৰীত কম্পিউটাৰ বিজ্ঞানৰ পৰীক্ষা
-২৭ ফেব্ৰুৱাৰীত অংকৰ পৰীক্ষা
-১ মাৰ্চত সংস্কৃত পৰীক্ষা
-৪ মাৰ্চত HOME SCIENCE আৰু Vocational পেপাৰ ২ৰ পৰীক্ষা
-৫ মাৰ্চত logic, philosophy, Finance আৰু মনোবিজ্ঞানৰ পৰীক্ষা
-৬ মাৰ্চত ফাইন আৰ্ট, Economics, Geography আৰু Bio technology পৰীক্ষা
-৭ মাৰ্চত Business mathematics, Geography আৰু Geologyৰ পৰীক্ষা
-৮ মাৰ্চত আৰৱী, সংস্কৃত আৰু পাৰ্চীৰ পৰীক্ষা
-১১ মাৰ্চত অৰ্থনীতিৰ পৰীক্ষা
-১২ মাৰ্চত পৰিসংখ্যাৰ পৰীক্ষা
-১৭ মাৰ্চত এনথপলজি, সমাজশাস্ত্ৰৰ পৰীক্ষা