-পুৱাই ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা
-ডিব্ৰুগড় লাহোৱাল জয়পুৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা
-ট্ৰাক আৰু বলেৰ পিকআপ ভানৰ মাজত সংঘৰ্ষ
-২০০ মিটাৰ দূৰৈত চুচৰি দ-খাৱৈত বাগৰি পৰে পিকআপ ভান খন
-দুৰ্ঘটনাত তিনিজন ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰাইজৰ সহযোগত জৰুৰীকালীন ভাৱে AMCH লৈ প্ৰেৰণ
-ট্ৰাকখনৰ নং AS-06-AC-7813
-পিক আপ ভানখনৰ নং AS06 AC 6317