পুৱাই ডিব্ৰুগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা

-পুৱাই ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা -ডিব্ৰুগড় লাহোৱাল জয়পুৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা -ট্ৰাক আৰু বলেৰ পিক‌আপ ভানৰ মাজত সংঘৰ্ষ -২০০ মিটাৰ দূৰৈত চুচৰি দ-খাৱৈত বাগৰি পৰে পিকআপ ভান খন -দুৰ্ঘটনাত তিনিজন ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰাইজৰ সহযোগত জৰুৰীকালীন ভাৱে AMCH লৈ প্ৰেৰণ -ট্ৰাকখনৰ নং AS-06-AC-7813 -পিক

-পুৱাই ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা

-ডিব্ৰুগড় লাহোৱাল জয়পুৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা

-ট্ৰাক আৰু বলেৰ পিক‌আপ ভানৰ মাজত সংঘৰ্ষ

-২০০ মিটাৰ দূৰৈত চুচৰি দ-খাৱৈত বাগৰি পৰে পিকআপ ভান খন

-দুৰ্ঘটনাত তিনিজন ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰাইজৰ সহযোগত জৰুৰীকালীন ভাৱে AMCH লৈ প্ৰেৰণ

-ট্ৰাকখনৰ নং AS-06-AC-7813

-পিক আপ ভানখনৰ নং AS06 AC 6317

শেহতীয়া প্ৰৱন্ধসমূহ