-পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হ’ল বিজেপি
-জিলাই জিলাই বিভিন্ন নেতাক দিলে দায়িত্ব ?
-ঘোষণা কৰিলে পঞ্চায়ত নিৰ্বাচনৰ মেনিফেষ্টো সমিতি আৰু জিলা প্ৰভাৰীৰ নাম
-বজালীত মন্ত্ৰী কৌশিক ৰায়ক দায়িত্ব
-বৰপেটাত জয়ন্ত মল্ল বৰুৱা
-বিলাসীপাৰাত অশোক সিংঘল
-বিশ্বনাথত ৰনোজ পেগু
-বঙাইগাঁৱত জয়ন্ত মল্ল বৰুৱা
-কাছাৰত কৃষ্ণেন্দু পাল
-চৰাইদেউত ৰূপেশ গোৱালা
-দৰঙত ৰঞ্জিত কুমাৰ দাস
-ধেমাজিত বিমল বড়া
-ধুবুৰীত অশোক সিংঘল
-ডিব্ৰুগড়ত ৰূপেশ গোৱালা
-ঢকুৱাখনাত বিমল বড়া
-গোৱালাপাৰাত জয়ন্ত মল্ল বৰুৱা
-গোলাঘাটত নন্দিতা গাৰ্লোচা
-গুৱাহাটীত যোগেন মহন
-হাইলাকান্দিত কৃষ্ণেন্দু পাল
-হোজাই পীযুষ হাজৰীকা
-যোৰহাটত অজন্তা নেওগ
-কলিয়াবৰ অজন্তা নেওগ
-শ্ৰীভূমিত কৌশিক ৰায়
-লখিমপুৰত ৰণোজ পেগু
-মাজুলীত বিমল বড়া
-মৰিগাঁৱত চন্দ্ৰমোহন পাটোৱাৰী
-নগাঁৱত পীয়ুষ হাজৰিকা
-নলবাৰীত কৌশিক ৰায়
-উত্তৰ কামৰূপত ৰঞ্জিত কুমাৰ দাস
-শিৱসাগৰত যোগেন মহন
-শোণিতপুৰত পীয়ুষ হাজৰি
-দক্ষিণ কামৰূপত ৰঞ্জিত কুমাৰ দাস
-দক্ষিণ শালমাৰা মানকাছৰত অশোক সিংঘল
-তিনিচুকীয়া প্ৰশান্ত ফুকনক দায়িত্ব