সম্পন্ন হ’ল জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষা
-সম্পন্ন হ’ল মৰোণোত্তৰ পৰীক্ষা
-মৰ্গৰ পৰা উলিয়াই অনা হ’ল জুবিন গাৰ্গৰ নশ্বৰ দেহ
-জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ যোৱা হৈছে সৰুসজাইলৈ
-সৰুসজাইৰ পৰা লৈ যোৱা হ’ব সোণাপুৰলৈ
-শেষকৃত্যৰ বাবে লৈ যোৱা হ’ব জুবিনৰ নশ্বৰ দেহ
-বন্ধ থাকিব ৰাষ্ট্ৰীয় ঘাইপথ
-শেষকৃত্যৰ বাবে পুৱা ৭বজাৰ পৰা বিয়লি ৪বজালৈ বন্ধ থাকিব ৰাষ্ট্ৰীয় ঘাইপথ
-আজি বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান
-কামৰূপ মেট্ৰ’ত বন্ধ সকলো চৰকাৰী কাৰ্যালয়
-ইফালে সোণাপুৰত হাজাৰ হাজাৰ লোক সাজু
-অন্তিমবাৰৰ বাবে জুবিন গাৰ্গক চাবলৈ জনতাৰ ভিৰ
-নিশাৰে পৰা ভিৰ লাগিছে অগণন লোকৰ
লগতে পঢ়ক : কিছু সময় পিছতেই সম্পন্ন হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা…
Post Views: 27