সোণাপুৰত উপস্থিত জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া বাহন
-সোণাপুৰত উপস্থিত জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া বাহন
–জুবিন গাৰ্গৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া বাহনখন দেখি কান্দোনত ভাগি পৰিছে গুণমুগ্ধ
-সোণাপুৰৰ কমাৰকুছিত উঠিছে কান্দোনৰ ৰোল
-চৌদিশে মুখৰিত জুবিনৰ চিৰ যুগমীয়া সৃষ্টি
-জুবিনৰ শেষকৃত্য কৰিব পুৰোহিত পংকজ শৰ্মা আৰু তুষাৰ ভাগৱতীয়ে
-জুবিনৰ মুখাগ্নি কৰিব অৰুণ গাৰ্গ আৰু পালমী বৰঠাকুৰে
-সংগ দিব ৰাহুল গৌতম শৰ্মাই
-শোকাকুল পৰিৱেশৰ মাজেৰে বিদায় অসমীয়াৰ প্ৰাণৰ জুবিনক
-ৰঙা চন্দন কাঠেৰে সজাই তোলা হৈছে জুবিনৰ সমাধি
-শেষকৃত্যৰ বাবে পুৱা ৭বজাৰ পৰা বিয়লি ৪বজালৈ বন্ধ থাকিব ৰাষ্ট্ৰীয় ঘাইপথ
-শেষকৃত্যৰ পিছতে পুনৰ খুলি দিয়া হ’ ব সকলো
লগতে পঢ়ক : নকল জুবিন অনুৰাগীৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী… উদ্ভণ্ডালি কৰা লোকক গ্ৰেপ্তাৰৰ নিৰ্দেশ
Post Views: 28