ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ভয়ংকৰ দুৰ্ঘটনাত পতিত এখন যাত্ৰীবাহী বাছ। আমনিৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।
কলিয়াবৰৰ আমনিত চুপাৰ আৰু তেল টেংকাৰৰ মাজত সংঘৰ্ষ। ৰৈ থকা তেলৰ টেংকাৰখনত খুন্দামাৰে যাত্ৰীবাহী বাছখনে। দুৰ্ঘটনাটোত চূৰ্ণ বিচুৰ্ণ হৈ পৰে বাছখনৰ সন্মুখ ভাগ।দুৰ্ঘটনাটোত কথমপি ৰক্ষা পৰে যাত্ৰীসকল। গুৱাহাটীৰ পৰা অৰুণাচল অভিমুখী আছিল বাছখন