চাকৰি প্ৰত্যাশী যুৱক-যুৱতীৰ বাবে আহিছে এটা ভাল খবৰ। উত্তৰ-পূব সীমান্ত ৰে’লৱেত ওলাইছে চাকৰি। ৫৬৪৭টা পদ পূৰণৰ প্ৰস্তুতি চলাইছে ৰে’ল বিভাগে।দশম আৰু আইটিআই উত্তীৰ্ণ সকলে কৰিব পাৰিব আবেদন।
nfr.indianrailways.gov.inত গৈ কৰিব পাৰিব আবেদন।জানিব পৰা মতে এপ্ৰেন্টাইছ পদৰ বাবে বিচৰা হৈছে এই সমূহ প্ৰাৰ্থী। ৪ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই আবেদন ৩ ডিচেম্বৰৰ পূৰ্বে কৰিব লাগিব । ইয়াৰ বাবে বয়সৰ সীমা ১৫-২৪ বছৰ ভিতৰত। এই আবেদনৰ মাচুল মাত্ৰ ১০০ টকা।
Post Views: 50