১৩ নৱেম্বৰৰ চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে। উপ নিৰ্বাচনৰ বাবে ঘোষণা কৰা হৈছে এই চৰকাৰী বন্ধ। দৰাচলতে বঙাইগাঁৱত উপ নিৰ্বাচনৰ বাবে ঘোষমা কৰা হৈছে এই বন্ধ। ১৩ নৱেম্বৰৰ দিনা বন্ধ থাকিব বঙাইগাঁৱৰ সকলো চৰকাৰী-বেচৰকাৰী শিক্ষা-প্ৰতিষ্ঠান, বেংক, ব্যৱসায়ীক-বাণিজ্যিক প্ৰতিষ্ঠান। বঙাইগাওঁ প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা। ১৩ নৱেম্বৰত ৰাজ্যৰ ৫টাকৈ বিধানসভা সমষ্টিত হ’ব উপ নিৰ্বাচন