-ADREৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ্থীলৈ ডাঙৰ খবৰ
-দেওবাৰ অনুষ্ঠিত হ’ব ADREচতুৰ্থ বৰ্গৰ পৰীক্ষা
-প্ৰথমবেলা পুৱা ৯:৩০ বজাৰ পৰা ১১:৩০ বজালৈ অনুষ্ঠিত হ’ব পৰীক্ষা
-দুপৰীয়া ১:৩০ বজাৰ পৰা বিয়লি ৪:০০ বজালৈ অনুষ্ঠিত হ’ব আনটো পৰীক্ষা
-মুঠ ৮,২৭,১৩০ জন প্ৰাৰ্থী অৱতীৰ্ণ হ’ব পৰীক্ষাত
-দুটাকৈ ৱেবচাইটৰ পৰা ডাউনলোড কৰি লওক এডমিট কাৰ্ড
-www.sebaonline.org আৰু www.assam.gov.in
-লিখিত পৰক্ষা দিবলৈ যোৱাৰ সময়ত পৰীক্ষাৰ্থীয়ে নিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ নথি
-আধাৰ, পান কাৰ্ড, ড্ৰাইভিং লাইচেন্স অথবা ভোটাৰ কাৰ্ড দেখুৱাব লাগিব
-পূৰ্বৰ দৰেই প্ৰাৰ্থীসকলে লেবেল নথকা পানীৰ বটল কঢ়িয়াই নিব পাৰিব
-মহিলা প্ৰাৰ্থীক মৰ্যাদাপূৰ্ণভাৱে চেকিং কৰাৰ নিৰ্দেশনা প্ৰদান
-বিশেষ অসুবিধা হ’লে মুকলি কৰা হৈছে ফোন নম্বৰ
-95823-90056 এই নম্বৰত যোগাযোগ কৰিব পাৰিব
-ৰাজ্যৰ নিযুক্তি আয়োগৰ পৰা দিয়া হৈছে জাননী