নাজিৰাৰ অগ্নিনাভ মন্দিৰত চুৰিকাণ্ড। আৰিফ আলী নামৰ এটা চোৰে নিশা চুৰি কৰি নিছিল শিৱমূৰ্তি ভাগ। তাৰ পিছত মূৰ্তিভাগ লৈ পলাই যায় তিতাবৰৰ আৰিফ আলী।
কিন্তু ৰে’লৱে আৰক্ষীয়ে সন্দেহ কৰি আৰিফ আলীৰ মোনাটো খুলি চাওতেই ধৰা পৰে। মূৰ্তিভাগ উদ্ধাৰৰ পিছতেই হুকহুকাই কান্দি উঠিল শিখা মজিন্দাৰ বেজবৰুৱা।