-পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা
-ফেব্ৰুৱাৰীৰ ১০ তাৰিখৰ ভিতৰত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন
-জানুৱাৰী মাহত জাৰি কৰা হব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা
-৩০ ডিচেম্বৰৰ পূৰ্বে প্ৰকাশ হব পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা
-ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হব পঞ্চায়ত নিৰ্বাচন
-ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন
-কোকৰাঝাৰত এটা দিনৰ বাবে অধিৱেশন অনুষ্ঠিত কৰাৰ চিন্তা-চৰ্চা
-সংবাদমেলযোগে ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ