-১০ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ
-এই ১০টা দিনত ৰাজ্যত হব ৫টা ডাঙৰ কাম
-বানপানীৰ সময়ত ব্যাপকভাৱে ক্ষতিগ্ৰস্তই লাভ কৰিব ক্ষতিপূৰণ
-মাইক্ৰ’ফাইনেন্সৰ ৫০ হাজাৰ টকালৈকে ঋণ লোৱা আই-মাতৃক দিয়া হ’ব NOC
-হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যনসহ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক প্ৰদান কৰা হ’ব আনন্দৰাম বৰুৱা বঁটা
-নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক বিতৰণ কৰা হ’ব চাইকেল
-উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণসকলক বিতৰণ কৰা হ’ব স্কুটী
-তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ মিউচুৱেল ট্ৰান্সফাৰৰ কামো সম্পন্ন হ’ব
-ফেচবুক লাইভযোগে জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই