বঙাইগাঁৱত ৩৮ বছৰীয়া ইতিহাস ধৰি ৰাখিলে দিপ্তীময়ী চৌধুৰীয়ে। প্ৰায় ৩০ হাজাৰ ভোটত জয়লাভ কৰিলে অগপ প্ৰাৰ্থী দিপ্তীময়ী চৌধুৰীয়ে।আঞ্চলিকতাবাদৰ দুৰ্গ অক্ষত থাকিল বঙাইগাঁৱত।
প্ৰায় ৩৪,৪৯৯ টা ভোটত জয়লাভ দিপ্তীময়ী চৌধুৰীয়ে। ব্ৰজেনজিৎ সিংহক বৃহৎ ব্যৱধানত পৰাস্ত কৰিলে দিপ্তীময়ী চৌধুৰীয়ে। জয়ৰ পিছতেই আনন্দত আত্মহাৰা দলীয় লোকসকল।
Post Views: 261