কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (চিবিএছই) দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিছে।দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ১৫ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব।

চিবিএছইয়ে এই সন্দৰ্ভত অনুসূচীও প্ৰকাশ কৰিছে।বিদ্যালয়সমূহক পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীৰ তালিকা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ ওচৰত দাখিল কৰিবলৈ কোৱা হৈছে।জানিব পৰা মতে দশম শ্ৰেণীৰ পৰীক্ষা ১৮ মাৰ্চত সমাপ্ত হ’ব আনহাতে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ৪ এপ্ৰিলত সমাপ্ত হ’ব।
Post Views: 229