ৰেষ্টুৰেণ্টত খাদ্য খোৱাৰ আগত এতিয়াৰে পৰা ১০০ বাৰ ভাৱক ।ফ্ৰীজতে মাংসত ধৰিছে ভেকুৰ । পাঠশালাৰ চেফ কিটচেন নামৰ ৰেষ্টুৰেণ্টখনত গ্ৰাহকক খোৱালে ম্যাদ উকলি যোৱা খাদ্য ।
দীৰ্ঘদিনৰে পৰাই এনেদৰে ৰেষ্টুৰেণ্টখনে গ্ৰাহকক খোৱাই আহিছিল খাদ্যৰ নামত বৰবিহ । কিন্তু ইমানৰ পিছটো যেন কাণষাৰ নাই যোগান বিভাগৰ ।