-ৰাজ্যৰ বিৰোধী ৰাজনীতিত ধুমুহা
-পদ এৰিলে ভূপেন বৰাই
-অসম সন্মিলিত মঞ্চৰ সভাপতি পদৰ পৰা পদত্যাগ ভূপেন বৰাৰ
-টিকট প্ৰদান কৰাক লৈ সৃষ্টি হৈছে মনোমালিন্যৰ
-বিহালী সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদানক লৈ কংগ্ৰেছ আৰু অসম সন্মিলিত মঞ্চ দলৰ মাজত মনোমালিন্য
-প্ৰাৰ্থী নিৰ্বাচনৰ বাবে গঠন কৰিছিল ৫ জনীয়া কমিটি
-কমিটিৰ প্ৰতিবেদন মানি নললে কংগ্ৰেছ নেতৃত্বই
