-প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা
-ভোটাৰ তালিকাত সন্নিবিষ্ট হ’ল ১,৮০,১৮,৯১৩ ভোটাৰৰ নাম
-তালিকাত প্ৰকাশিত পুৰুষ ভোটাৰৰ সংখ্যা ৯০,৬০,৬৪০জন
-মহিলা ভোটাৰৰ সংখ্যা ৮৯,৫৩,৮৬৫ গৰাকী
-আনহাতে তৃতীয় লিংগৰ ভোটাৰ হৈছে ৪০৮গৰাকী
-তালিকাত আছে নে নাই আপোনাৰ নাম
-আজিয়েই কৰক পৰীক্ষা
-কিদৰে ভোটাৰ লিষ্টত বিচাৰিব আপোনাৰ নাম
-নাম পৰীক্ষাৰ বাবে আজিয়েই ক্লিক কৰক এই লিংকত
-ৰাজ্যিক নিৰ্বাচন আয়োগৰ তৰফৰ পৰা মুকলি কৰিছে ৱেবচাইট
-https://ermssec.assam.gov.in লিংকত ক্লিক কৰি চাব পাৰিব নিজৰ নাম