২০২৫ ৰ দুৰ্গা পূজাৰ সময়ত মুকলি কৰিব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰি গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলংখন।
এই নতুন দলঙত থাকিব টোলকৰ।নৈশ বাছ আৰু ট্ৰাক দলঙেৰে আহিলে দিব লাগিব টোল টেক্স।কিন্তু বাইক, চিটিবাছ বা অন্য বাহনে দিব নালাগে এই টোল টেক্স।
দলঙৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰা এই ঘোষণা মুখ্যমন্ত্ৰীৰ। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণৰত দলংখনৰ মুঠ দৈৰ্ঘ্য ৮.৪ কিলোমিটাৰ।