বৰ্তমান সময়ত মেদবহুলতা সকলো লোকৰেই সমস্যা হৈ পৰিছে । সকলো নিয়ন্ত্ৰণ কৰাৰ পিছটো হঠাৎ যেন বাঢ়িচে ওজন । কেৱল ওজন বৃদ্ধি হোৱাই নহয় আপুনি ভাগৰুৱাও অনুভৱ কৰিছে নেকি , তেন্তে সাৱধান হওক । এয়া হ’ব পাৰে থাইৰয়ডৰ লক্ষণ ।

বৰ্তমান প্ৰায় মানুহৰ ক্ষেত্ৰতে এই ৰোগ দেখিবলৈ পোৱা যায় । কিন্তু এই ৰোগক ভুলটো আওকাণ নকৰিব । অন্যথা আপোনাৰ জীৱনৰ বাবে কঢ়িয়াই আনিব পাৰে ভাবুকি।

থাইৰয়ডত কি কি খাব লাগে
যদি আপুনিও থাইৰয়ড ৰোগত ভুগি আছে তেনেহলে কণী , বাদাম , গোটা শস্য খাব পাৰি । কিন্তু মনত ৰখা উচিত যে সকলো বস্তু সীমিত বাৱে খাব ।

কল ,কমলা , মধুৰীআম আদিৰ দৰে ফল অন্তৰ্ভুক্ত কৰিব পাৰে।
কি কি নাখাব
থাইৰয়ড ৰোগীৰ বাবে জাংক ফুড অতি ক্ষতিকাৰক । ব্ৰকলী , ফুলকবি , বন্ধাকবি , মচুৰ দাইল , মিঠাই আদি পৰাপক্ষত নাখাব ।