সৰুপথাৰৰ উৰিয়ামঘাট পাঁচঘৰীয়াত খাদ্যত বিষক্ৰিয়া। গাওঁখনৰ এটা ঘৰত সকাম খাবলৈ গৈ চিকিৎসালয়ত ভৰ্তি ৪১ জন ব্যক্তি ৷ সকামৰ ঘৰত চিৰা,দৈ,ৰসগোল্লা খাইছিল লোকসকলে । তাৰ পিছতেই ২২জন লোক সৰুপপথাৰত আৰু ১৮জন উৰিয়ামঘাটত চিকিৎসাধীন হৈ আছেউন্নত চিকিৎসাৰ বাবে ১জনক গোলাঘাটলৈ প্ৰেৰণ। সমগ্ৰ ঘটনা ক্ষিপ্ৰতাৰে তদন্ত কৰাৰ আহ্বান ।