নিশা শ্ৰীভুমিৰ ৮নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়। দূৰ্ঘটনাটোত নিহত হয় এগৰাকী নৱম শ্ৰেণী।জানিব পৰা মতে TR04D 1611 নম্বৰৰ ট্ৰাকখনে এখন বুলেট আৰু এখন অটোৰিক্সাত খুন্দা মাৰে ।
যাৰ ফলত থিতাতে নিহত হয় নৱম শ্ৰেণীৰ ছাত্ৰ কাওছাৰ হোছেইন। ইফালে সংকটজনক অৱস্থাত আন এজনক শ্ৰীভূমি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
দুৰ্ঘটনাটো সংঘটিত কৰি ট্ৰাক সহ পলায়ন কৰে চালক জনে। দুৰ্ঘটনাটো নিলামবজাৰৰ কাহত বেৰাজালত সংঘটিত হয়।