-মহানগৰীত পুনৰ ফুটিল পানীৰ পাইপ
-৩০ ফুট উচ্চতা পৰ্যন্ত উঠিল পানীৰ ফোৱাৰা
-খাৰঘূলীত জলবৰ্ডৰ পানীৰ পাই ফুটি হাহাকাৰ অৱস্থা
-ভয়ংক জল বিস্ফোৰণত ধ্বংসস্তুপত পৰিণত কেইবাটাও বাসগৃহ
-চূৰ্ণ-বিচূৰ্ন কেইবাখনো বাহন, ক্ষতিগ্ৰস্ত কেইবাখনো দোকান
-কথমপি প্ৰাণ ৰক্ষা পৰিছে অঞ্চলটোৰ বহু লোকৰ
-খাৰঘূলীৰ পথত এতিয়া একাঁঠু পৰ্যন্ত পানী
-জলমগ্ন পথত জনজীৱন ব্যহত জনতাৰ
-উদ্ধাৰ অভিযান অব্যাহত
