-গুৱাহাটী মহানগৰীত পুনৰ ভয়ংকৰ ঘটনা
-একে পৰিয়ালৰে ৩ সদস্যৰ সৈতে ভয়ংকৰ কাণ্ড
-পত্নী-কন্যাৰ লগত ভয়ংকৰ কাণ্ড লোহিত ঠাকুৰীয়াৰ
-লোহিত ঠাকুৰীয়াৰ লগতো ভয়ংকৰ কাণ্ড
-লোহিত ঠাকুৰীয়াৰ পত্নী জুলি ডেকা
-কন্যাৰ নাম ঋত্বিকা ডেকা
-ৰেলৱে কলনীৰ আৱাসী আছিল পৰিয়ালটো
-জুলি ডেকা আছিল ৰেলৱে বিভাগৰ কৰ্মচাৰী
-আনহাতে লোহিত ঠাকুৰীয়া আছিল গেৰেজৰ কৰ্মচাৰী
-শোৱনি কোঠাত উদ্ধাৰ তিনিওগৰাকী