বিয়াৰ বতৰত হুৰাহুৰে বাঢ়িল সোণৰ দাম। সোণৰ মূল্য বৃদ্ধিয়ে ভংগ কৰিলে অভিলেখ । প্ৰায় ৮০ হাজাৰ টকা হোৱাৰ দিশে ১০ গ্ৰাম (২৪ কেৰেট) সোণৰ মূল্য। ৭৯,৯০০ টকা হ’লগৈ প্ৰতি ১০ গ্ৰাম (২৪ কেৰেট) সোণৰ মূল্য ।ধনেতেৰাছৰ পূৰ্বেই হুৰাহুৰে বাঢ়িল সোণৰ দাম । গুৱাহাটীত আজি ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৭৭,৮১০টকা ।২২কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৭৪,১০০ টকা, কলকাতাত ৭৯,৯০০ টকা হ’লগৈ প্ৰতি ১০ গ্ৰাম (২৪ কেৰেট) সোণৰ মূল্য।