-ফ্লপ হ’ল বিৰোধী মিত্ৰজোঁটৰ বৈঠক
-বৈঠকৰ মাজতে তীব্ৰ কাজিয়া
-বৈঠক আধাতে এৰি গুছি আহিল কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ
-বৈঠক এৰি এলাই আহিল ভূপেন বৰা
-বিৰোধীক এক কৰাৰ প্ৰয়াসত হীৰেণ গোঁহাইৰ নেতৃত্বত চলিছিল বৈঠক
-কংগ্ৰেছৰ লগত ৰাইজৰ দল আৰু AJP থাকিব নে নাথাকে তাক লৈ প্ৰশ্ন
-বিৰোধীৰ প্ৰথমখন বৈঠকেই ফ্লপ
-অগ্নিশৰ্মা হৈ ওলাই আহিল প্ৰদ্যুৎ বৰদলৈ
-কংগ্ৰেছৰ লগত অখিলে গগৈয়ে কিয় মিত্ৰতা কৰিব আহিছে বুলি প্ৰশ্ন প্ৰদ্যুৎ বৰদলৈৰ
-মই নাথাকো মই নাথাকো বুলি কৈ ওলাই আহিল প্ৰদ্যুৎ বৰদলৈ
-বিধায়ক মনোৰঞ্জন তালকদাৰে ধৰিও ৰখাব নোৱাৰিলে প্ৰদ্যুৎ বৰদলৈক
-ইফালে কেমেৰাত বন্দী হ’ল সমগ্ৰ দৃশ্য