নিশা তিতাবৰত এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে।বন্ধুৰ কুঠাৰৰ ঘাঁপত নিহত বন্ধু। তিতাবৰ মাধপুৰ খ্ৰীষ্টীয়ান গাঁওত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডটো। মুনু বৰাৰ কুঠাৰৰ ঘাঁপত থিতাতে নিহত গুদু গগৈ।
গুদু গগৈক হত্যা কৰি পলায়ন কৰে হত্যাকাৰী বন্ধু মুনু বৰাই। পিছত ঘটনাস্থলীত তিতাবৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰখাৰ লগতে পলাতক হত্যাকাৰীক বিচাৰি অভিযান আৰম্ভ কৰিছে।
Post Views: 197