আফ্ৰিকাৰ দেশ নাইজেৰিয়াত ধাৰাসাৰ বৰষুণৰ পিছতেই বানপানীয়ে বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি কৰিছে।এতিয়ালৈকে বানপানীৰ ফলত ৩২১ জন লোকৰ মৃত্যু হৈছে। দেশৰ বেছিভাগ ঠাইত বান পৰিস্থিতি ভয়াৱহ।দেশখনত পানীৰ স্তৰ নিৰন্তৰ ভাৱে বৃদ্ধি হৈ আছে। বৰযুণৰ ফলত হোৱা বানপানীত প্ৰায় ২৮৫৪ জন লোক আহত হৈছে। বানপানীৰ বাবে দেশখনৰ বিভিন্ন ঠাইত বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি হৈছে।দেশখনৰ ৩৬ খন ৰাজ্যৰ ৩৪ খন ৰাজ্যতেই বানপানীয়ে ধ্বংসযজ্ঞ চলাইছে। প্ৰলয়ংকৰী বানপানীৰ ফলত কমেও ৭,৪০,৭৪৩ জন লোকক গৃহহীন