পুনৰ দাম বাঢ়িব কেইবাবিধো ঔষধৰ। দাম বৃদ্ধিত অনুমোদন জনাইছে চৰকাৰে। ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিয়ে দাম বৃদ্ধিৰ বাবে অনুৰোধ জনাইছিল । সৰ্বোচ্চ মূল্যত ৫০ শতাংশ দাম বৃদ্ধিৰ অনুমোদন জনাইছিল ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিয়ে । এতিয়া বৃদ্ধি পাব কেইবাবিধো ঔষধৰ দাম। এতিয়া বৃদ্ধি পাব ৮বিধ অতি প্ৰয়োজনীয় ঔষধৰ দাম। যক্ষ্মা,হাঁপানীকে ধৰি কেইবাবিধো ৰোগৰ ঔষধৰ দাম বৃদ্ধিৰ সিদ্ধান্ত।
পুনৰ বৃদ্ধি পাব ঔষধৰ দাম। ১১বিধ প্ৰয়োজনীয়া ঔষধৰ দাম বৃদ্ধি পাব। দাম বৃদ্ধি পাব পাৰে ৫০ শতাংশ পৰ্যন্ত। বহুকেইবিধ ঔষধৰ বৃদ্ধি পাব দাম। হাঁপানী, গ্ল’ক’মা, থেলাছেমিয়া, যক্ষ্মাৰ ঔষধৰ দাম বৃদ্ধি পাব। দাম বৃদ্ধি পাব মানসিক ৰোগৰ ঔষধৰো দাম। এই ঔষধবোৰৰ ভিতৰত আছে বেঞ্জাইলপেনিচিলিন ১০ লাখ আইইউ বেজী, এট্ৰোপিন বেজী ০.৬ মিগ্ৰা, বেজীৰ বাবে ষ্ট্ৰেপ্টোমাইচিন পাউডাৰ ৭৫০ মিগ্ৰা আৰু ১০০০ মিগ্ৰা, চেলবুটামল টেবলেট ২ মিগ্ৰা আৰু ৪ মিগ্ৰা, শ্বাসদ্ৰোহসৰণ ৫ মিগ্ৰা, চেফাড্ৰক্সিল টেবলেট ৫০০ মিগ্ৰা, ডিফাৰেক্সমিন ৫০০ মিগ্ৰা ইঞ্জেকচন।