
-জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ বাহন দুৰ্ঘটনাগ্ৰস্ত -তিনিখন বাহনৰ মাজত ভয়ংকৰ সংঘৰ্ষ -জুৰোডৰ শ্ৰদ্ধাঞ্জলি উৰণীয়া সেঁতুৰ সমীপত এই দুৰ্ঘটনা -দুৰ্ঘটনাত পতিত গৰিমা শইকীয়া গাৰ্গৰো বাহন -কথমপি ৰক্ষা গৰিমা শইকীয়া গাৰ্গ -ঘটনাস্থলীত উপস্থিত যান-বাহন আৰক্ষী Post Views: 49