ঘোষণা কৰা হ’ল ২০২৪ বৰ্ষৰ শান্তিৰ ন’বেল বটা। জাপানৰ স্বেচ্ছাসেৱী সংগঠন ‘নিহন হিডাংকিয়ো’লৈ ২০২৪ চনৰ শান্তি ন’বেল বঁটা ঘোষণা। পৰমাণু অস্ত্ৰমুক্ত পৃথিৱী গঢ়াৰ প্ৰয়াসৰ বাবে সংস্থাটোলৈ এই সন্মান আগবঢ়োৱা হৈছে। এই সংগঠনটোৱে হিৰোছিমা আৰু নাগাচাকি পাৰমাণৱিক বোমা বিস্ফোৰণৰ পৰা উদ্ধাৰ হোৱা লোকসকলৰ যত্ন লয়।