-ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা
-জানুৱাৰীত মুকলি হ’ব CM HELPLINE

-মুকলি কৰা হ’ব LANDLINE NO
-WHATSAPP NOৰো মুকলি কৰিব ৰাজ্যবাসীৰ বাবে
-মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ললৈ প্ৰত্যক্ষভাৱে দিব পাৰিব অভিযোগ
-পৰ্টেলযোগেও অভিযোগ প্ৰদানৰ ব্যৱস্থা কৰিব ৰাইজৰ বাবে
-আপোনাৰ অভিযোগৰ ভিত্তিত লোৱা হ’ব ব্যৱস্থা
-ফেচবুক লাইভত ঘোষণা মুখ্যমন্ত্ৰীৰ