পুনৰ পিছুৱালে ধুবুৰীৰ আৰক্ষীৰ নিযুক্তি পৰীক্ষা। মুষলধাৰ বৰষুণৰ বাবে পিছুৱাই দিয়া হ’ল শাৰীৰিক পৰীক্ষা। কাইলৈ অৰ্থাৎ ১ নৱেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল আৰক্ষীৰ শাৰীৰিক পৰীক্ষা।

কিন্তু বৰষুণৰ বাবে এতিয়া ৭ নৱেম্বৰতহে অনুষ্ঠিত হ’ব শাৰীৰিক পৰীক্ষা। ধুবুৰী আৰক্ষীয়ে টুইটযোগে জনালে এই খবৰ