-ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ ভাল খবৰ
-চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰলৈ চৰকাৰৰ দীপাৱলীৰ উপহাৰ
-দীপাৱলীৰ পূৰ্বেই বৃদ্ধি কৰা হ’ল মৰগীয়া বানচ
-৩ শতাংশ মৰগীয়া বানচ বৃদ্ধি চৰকাৰী কৰ্মচাৰীৰ
-৫০ শতাংশৰ পৰা ৫৩ শতাংশলৈ বৃদ্ধি মৰগীয়া বানচ
-১ জুলাই ২০২৪ ৰ পৰা কাৰ্যকৰী হ’ব এই নিয়ম
-জুলাই, আগষ্ট, ছেপ্টেম্বৰৰ বকেয়া ধন একেলগে লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে
-কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সৈতে সমপৰ্যায়ৰ হ’ব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানচ
-ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে ২৮ তাৰিখেই লাভ কৰিব দৰমহা
-কেবিনেটত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ চৰকাৰৰ