-মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা
-শীঘ্ৰেই নিৰ্মাণ সম্পন্ন হৈ উঠিব যোৰহাট-ডিব্ৰুগড় ঘাইপথ
-ৰাজ্যৰ ঘাইপথ মেৰামতি আৰু নিৰ্মাণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক
-কাজিৰঙাৰ এলিভেটেড কৰিডৰত অনুমোদন চৰকাৰৰ
-গহপুৰৰ পৰা নুমলীগড়লৈকে হ’বলগীয়া টানেলৰ ওপৰতো বিশেষ আলোচনা
-বাইহাটা চাৰিআলীৰ পৰা তেজপুৰলৈ ৰাষ্ট্ৰীয় ঘাইপথ ৪ লেন কৰাৰ সম্পৰ্কতো বিশেষ অগ্ৰগতি
-আগন্তুত ২-৩ মাহৰ ভিতৰতে কেন্দ্ৰীয় কেবিনেটে এই প্ৰকল্পত অনুমোদন জনাব
-যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ থকা ৰাষ্ট্ৰীয় ঘাইপথ সম্পৰ্কত বিশেষ আলোচনা
-এই ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ আৰু মেৰামতিৰ কাম শীঘ্ৰেই সম্পূৰ্ণ কৰা হ’ব
-ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ সৈতে বৈঠক