প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ১৮ তম কিস্তিৰ বাবে অপেক্ষা কৰি থকা কোটি কোটি কৃষকৰ বাবে আছে এটা ভাল খবৰ ।আজি কোটি কোটি কৃষকৰ একাউণ্টত সোমাব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ১৮ তম কিস্তিৰ ধন। কিন্তু আপোনাৰ একাউণ্টত যদি এই ধন সোমোৱা নাই তেনেহলে সোনকালেই কৰক এই কাম———–
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ সৈতে সম্পৰ্কিত যিকোনো তথ্যৰ বাবে, আপুনি টোল ফ্ৰী হেল্পলাইন নম্বৰ 011-23381092-ৰ সৈতে যোগাযোগ কৰিব পাৰে। লগতে আপুনি অফিচিয়েল ইমেইল আইডি pm kisan [email protected] টো যোগাযোগ কৰিব পাৰে । ইয়াত আপুনি আপোনাৰ সমস্যাৰ সমাধান বিচাৰি পাব।
Post Views: 55