-উমৰাংছুৰ উদ্ধাৰ স্থলীৰ পৰা আহিছে শোকাৱহ খৱৰ
-কয়লা খনিৰ ভিতৰৰ পৰা উদ্ধাৰ এজন শ্ৰমিকৰ মৃতদেহ
-বৰ্তমানো আৱদ্ধ আন কেইবাগৰাকীও শ্ৰমিক
-প্ৰায় ৩২০ ফুট গভীৰতাত আৱদ্ধ হৈ আছে শ্ৰমিকসকল
-বিশাখাপট্টনমৰ পৰা অহা বিশেষজ্ঞ ডুবাৰেও উদ্ধাৰ কৰিব পৰা নাই
-ক’ল ইণ্ডিয়াৰ উদ্ধাৰকাৰীয়েও আজি চলাইছে উদ্ধাৰ অভিযান
-ভৰতীয় নৌসেনাৰ ডুবাৰু, SDRF, NDRF হ’ব পৰা নাই সফল
-বতৰেও উদ্ধাৰ অভিযানত দিছে বিধি পঠালি
-ভয়াৱহ ৰূপত খনিত বৃদ্ধি পাইছে পানী
-প্ৰায় ১২০ ফুট পৰ্যন্ত বৃদ্ধি পাইছে খনিৰ ভিতৰৰ পানী
-বৰ্তমানেও আৱদ্ধ হৈ থকা শ্ৰমিকসকল নেপালৰ গংগা বাহাদুৰ শ্বেখ,
-দৰঙৰ হুছেইন আলি, দলগাঁৱৰ জাকিৰ হুছেইন, মোস্তাফা শ্বেখ,
-গোসাইগাঁৱৰ সৰ্পা বৰ্মন, ফকিৰাগ্ৰামৰ সুখীমোহন ৰায়,
-পশ্চিমবংগৰ সঞ্জিত সৰকাৰ, উমৰাংছুৰ লিজন মগৰ আৰু শোনিতপুৰৰ শৰৎ গয়াৰী